Posts

দায়িত্ব

   #দায়িত্ব       :মাইতো মোক কেতিয়াও এৰি নাযাও বুলি কৈছিল! - ওঁঠ দুটা কামুৰি চলচলীয়া চকুৰে জীয়েকে কোৱা কথাষাৰ শুনি ৰাজেশ কঁপি উঠিল। এৰা! তাই তাকো কৈছিল এইষাৰ কথা।     : চাও মোক দিয়া। - কিবা এটা ভাবি দহবছৰীয়া টুনুৰ হাতৰপৰা চেনিটাৰী পেডটো লৈ পেন্টীটোত লগাবৰ চেষ্টা কৰিলে সি।